সকলো জাকজমকতা পৰিহাৰ কৰি অনুষ্টুপীয়া পূজা আয়োজনৰ অনুমতি বৰপেটা জিলা প্ৰশাসনৰ । মেলা, প্ৰতিযোগিতা, অস্থায়ী দোকান আদিত নিষেধাজ্ঞা ।

বৰপেটা, ৫ ছেপ্তেম্বৰ: আগন্তুক দুৰ্গা পূজাত পূজা সমিতি সমূহে সকলো ধৰণৰ জাকজমকতা, মেলা, মাইক আদি পৰিহাৰ…