বৰপেটা ভূমি সংৰক্ষণ সংমণ্ডলৰ কাৰ্যালয় ভৱন উদ্ধোধন ///// খহনীয়াৰ দৰে জটিল সমস্যা সমাধানৰ বাবে আত্মনিয়োগ কৰিবলৈ উপায়ুক্তৰ আহ্বান ।

বৰপেটা, ২৫ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ গঢ়া খহনীয়াৰ দৰে জটিল সমস্যাৰ সমাধানৰ লগতে প্ৰকৃতি সুৰক্ষাতো ভূমি সংৰক্ষণ…

দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে বৰপেটা জিলা পথ সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক /// চলিত বৰ্ষৰ ৮ মাহত ২১১ টা মটৰ দুৰ্ঘটনাত ৭৪ জনৰ মৃত্যু ///

বৰপেটা, ২৫ ছেপ্টেম্বৰ: চলিত বৰ্ষত যোৱা মাহলৈ বৰপেটা জিলাত ২১১ টা মটৰ দুৰ্ঘটনা সংঘটিত হৈছে। এই…

পোষণ মাহ উপলক্ষে মৈৰামাৰা আৰু হাতীজানা অঙ্গনবাড়ী কেন্দ্ৰত ৰান্ধনিশালৰ বাগিছা স্থাপন ।

বৰপেটা , ২৪ ছেপ্টেম্বৰ: ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বৰপেটা জিলাৰ ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত…

প্ৰসূতি আৰু কেঁচুৱাৰ মৃত্যুৰ হাৰক লৈ উদ্বিগ্ন বৰপেটা প্ৰশাসন । স্বাস্থ্য বিভাগক সম্ভপৰ সকলো ব্যৱস্থা লোৱাৰ নিৰ্দেশ উপায়ুক্তৰ ।

বৰপেটা, ২৪ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ শিমলাগুৰিৰ ৰতন ক্ষত্ৰিয়ৰ পত্নী সুমিত্ৰাই এটা এটাকৈ তিনিটা কন্যা সন্তান জন্ম…

বৰপেটাত কৰোনাৰ বিৰুদ্ধে আশা কৰ্মীৰ সজাগতা সমদল । কোভিদ আক্ৰান্তৰ সংখ্যা হ্ৰাস, উপায়ুক্তৰ সংগঠিত প্ৰচেষ্টাৰ আহ্বান ।

বৰপেটা, ২৩ ছেপ্টেম্বৰ: কৰোনা মহামাৰীৰ বিৰুদ্ধে চলি থকা সংগ্ৰামখনত আশা কৰ্মী সকলক মাৰ বান্ধি ঠিয় হ’বলৈ…

বৰপেটা জিলাত অৰুণোদয় আচঁনি ৰূপায়নৰ বাবে নিৰ্বাচিত ৩২ সহায়কৰ প্ৰশিক্ষণ । নিষ্ঠা, সততা আৰু আন্তৰিকতাৰে সেৱা আগবঢ়োৱাৰ আহ্বান উপায়ুক্তৰ ।

বৰপেটা, ১৮ ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভদায়ক আঁচনি অৰুণোদয়ৰ সঠিক আৰু খৰতকীয়া কাৰ্য-ৰূপায়নৰ বাবে বৰপেটা…

সত্ৰ বাৰাদি অঙ্গনবাড়ী কেন্দ্ৰত ৰান্ধনীশালৰ বাগিছা ‌‌ পাচলিৰ পুলি ৰুই উপায়ুক্তৰ দ্বাৰা উদ্ধোধন ।

বৰপেটা, ১৭ ছেপ্টেম্বৰ: চলিত মাহৰ পোষণ মাহ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি বৰপেটা শিশু বিকাশ প্ৰকল্পৰ…

ভৱানীপুৰ সমষ্টিত একেদিনাই চাৰি অভিলাসী আঁচনিৰ আধাৰশিলা স্থাপন ভূঞাপাৰা- কৰ্দেগুৰি পথ মুকলি। নতুন ৰূপ পাব কলবাৰীৰ ৰামচৰণ ঠাকুৰ সত্ৰ‌ই ।

বৰপেটা, ১৬ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত আজি একেদিনাই চাৰি খনকৈ গুৰুত্বপূৰ্ণ আঁচনিৰ…

সাংসদ খালেকৰ সভাপতিত্বত বৰপেটাত ‘দিশা’ বৈঠক // ধুমাৰকুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দলং দাঙি ওখ কৰাৰ প্ৰস্তাৱ ।

বৰপেটা, ১০ ছেপ্টেম্বৰ: বজালী মহকুমাৰ অন্তৰ্গত ধুমাৰকুৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা দলঙখন চাপৰ হোৱা…

বৰপেটাত পোষণ মাহ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্ধোধন পৰ্যাপ্ত পৰিপুষ্টিয়ে ক’ৰোনাৰ দৰে ৰোগৰ বিৰুদ্ধে যুঁজাত শক্তি দিয়ে : উপায়ুক্ত

বৰপেটা, ১০ ছেপ্টেম্বৰ: সুষম আহাৰ গ্ৰহণৰ অভ্যাসে মানুহক স্বাস্থ্যবান ৰূপে গঢ় দিয়াৰ উপৰি ক’ৰোনা দৰে মাৰাত্মক…