ৰাজনৈতিক দলৰ প্ৰতিনিধিৰে বৰপেটা উপায়ুক্তৰ পুণৰ বৈঠক //// অভিযুক্ত প্ৰাৰ্থীয়ে তিনিবাৰকৈ প্ৰচাৰ কৰিব লাগিব গোচৰৰ তথ্য

বৰপেটা, ১৫ মাৰ্চ: অপৰাধৰ গোচৰ থকা প্ৰতিজন প্ৰাৰ্থীয়ে গোচৰৰ তথ্য বাতৰি কাকত বা বৈদ্যুতিন মাধ্যমৰ জৰিয়তে…

নিৰ্বাচনী বতৰত ধন আৰু সুৰাৰ সৰবৰাহৰ বিৰুদ্ধে তৎপৰ বৰপেটা জিলা প্ৰশাসনএতিয়ালৈ ২৯ লাখ টকা আৰু ১১ হাজাৰ লিটাৰ চুলাই মদ জব্দবৰপেটা জিলাৰ ১৭৫৭ জন বৃদ্ধ আৰু অক্ষম ব্যক্তিয়ে ঘৰৰ পৰাই দিব ভোট । ৭৪ সাংবাদিকলৈও পোষ্টেল বেলটৰ সুবিধা ।

বৰপেটা, ১৪ মাৰ্চ : আগন্তুক নিৰ্বাচন সম্পূৰ্ণ মুক্ত আৰু নিকাভাবে অনুষ্ঠিত কৰাৰ স্বাৰ্থত বৰপেটা জিলা প্ৰশাসনে…

নিৰ্বাচনৰ বতৰত বৰপেটাত টকাৰ উজান। বৰপেটা-বাঘবৰ পথত জব্দ প্ৰায় ১৯লাখ ৫৫ হাজাৰ টকাৰ নগদ ধন।

বৰপেটা, ৯ মাৰ্চ: নিৰ্বাচনত অবৈধ ধনৰ লেনদেন ৰোধ কৰাৰ উদ্দেশ্যে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত চলি থকা…

সৰুক্ষেত্ৰীৰ বাবে মিত্ৰজোঁট নে মহাজট !

কয়াকুছি : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী প্ৰক্ষেপৰ কাম কাজ…