ৰাইজৰ দলৰ সভাপতি নিৰ্বাচিত অখিল গগৈ :কাক কি দায়িত্ব দিয়া হ’ল ? চাওক

অখিল গগৈ ৰাইজৰ দলৰ সভাপতিৰূপে নিৰ্বাচিত হৈছে । শুকুৰবাৰে মৰাণৰ ৰাজনৈতিক অভিৱৰ্তনস্থলীত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলে অখিল গগৈকে সভাপতি হিচাপে বিচৰাৰ কথা অৱগত কৰাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
অখিল গগৈয়ে কাৰাগাৰৰ পৰাই ৰাইজৰ দলক নেতৃত্ব দিব। উল্লেখ্য যে, মৰাণৰ অভিৱৰ্তন খনতে আন কেতবোৰ বিষয়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ৰাইজৰ দলৰ মুখ্য উপদেষ্টা নিৰ্বাচিত
=========================
ডঃ হীৰেণ গোহাঁই

উপদেষ্টাসকল ::
===========
উদায়দিত্য ভৰালী
ডঃ সীতানাথ লহকৰ
ইন্দ্ৰানী দত্ত
ডঃ ঘনশ্যাম নাথ
হাফিজ বচিৰ চৌধুৰী

সভাপতি::
=======
অখিল গগৈ

কাৰ্যকৰী সভাপতি::
============
ভাস্ক’ ডি শইকীয়া
কবিন্দ্ৰ চেতিয়া ফুকন
জিতুল ডেকা

উপ সভাপতি::
==========
সুমিত্রা হাজৰিকা
মোহিনী মোহন লিগিৰা
ৰাছেল হুছেইন
দীপক শইকীয়া
ৰঞ্জিত তামুলী
ডা: হাৰিকান্ত দাস
চৰণ ডেকা
দিলীপ বৰা
বেদান্ত লস্কৰ
হৰেশ্বৰ বৰ্মন
ফণী টায়েঙ(পূৰ্বৰ বিধায়ক)
অনিল বড়ো
ভবেন বৰুৱা( পূৰ্বৰ বিধায়ক, চাবুৱা)
টংকেশ্বৰ মৰাণ
সিদ্ধাৰ্থ বৰুৱা
পুলিন ভট্টাচাৰ্য

সাধাৰণ সম্পাদক::
=============
হুছেইন মহম্মদ চাহজাহান
ৰুবুল দাস
কমল কুমাৰ মেধি
গিৰি শংকৰ গোস্বামী
অংকুৰ শইকীয়া
আলোক নাথ
লোহিত গগৈ
দিৱস ফুকন
জাহিৰুদ্দিন লস্কৰ( বৰাক)

সম্পাদক::
=======
দীপাংকৰ কলিতা
জেৰিফা ৱাহিদ
প্ৰবীণ দাস
দীপক তাঁতী
ভবেন সন্দিকৈ
দধিচাৰ ফাংচু (আমৰি কাৰ্বি ছাত্ৰ সন্থা)
ৰত্নেশ্বৰ দেউৰী ( তিৱা ছাত্ৰ সন্থাৰ পৰা)
নবদীপ বৰা
সম্বিত শৰ্মা
ধ্ৰুৱজ্যোতি ফুকন
অনুপ জ্যোতি শইকীয়া
অনুপম বৰুৱা(LDP)
কৃষ্ণা শৰ্মা
দিগন্ত চাংমাই
আজমল হুছেইন
আশ্ৰাফুল ইছলাম
আব্দুল ৱাহব (বৰাক)
দিলোৱাৰা চৌধুৰী

সহ সম্পাদক::
==========
আনিচুৰ ৰহমান
ৰুবুল বুঢ়াগোহাঁই
পদ্মকান্ত দাস
জয়ন্ত কুমাৰ দাস
চাহজাহান আলী
দাদুল আলী
প্ৰদীপ বৰুৱা
চিফুজ্বল বসুমতাৰী
যুগল জ্যোতি গগৈ
চেৰাম হৰজিত সিং (কাছাৰ)
দিলীপ কুমাৰ শৰ্মা
আৰিফ মজুমদাৰ
সাংগঠিনক সম্পাদক
হেমন্ত সূত
মনিৰুজ জামান
ৰবি শইকীয়া চুতীয়া
পার্থ সাৰথি শইকীয়া
চিত্ৰ গগৈ
আমজাদ আলী সিকদাৰ
হীৰেন ফুকন
চক্ৰধৰ ডেকা
ৰঞ্জিত দত্ত
মমি চৌধুৰী
ললিত চেতিয়া
এম এ হাজৰিকা

মুখপাত্ৰ
=====
জ্ঞানশ্ৰী বৰা (বাকী ৫ গৰাকীৰ নাম কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত মৰ্মে হ’ব)

বিত্ত সমিতিৰ সভাপতি
===============
ডঃ ঘনশ্যাম নাথ

তথ্য আৰু প্ৰচাৰ সম্পাদক
==================
দেবাংগ সৌৰভ গগৈ
মোজামিল হক

কাৰ্য্যলয় সম্পাদক
=============
চিন্ময় বৰা

কাৰ্যনিৰ্বাহক সদস্য
=============
(প্ৰতি খন জিলাৰ পৰা এজনকৈ থাকিব)

Leave a Reply

Your email address will not be published. Required fields are marked *