IPLৰ বাবে ডুবাইত উপস্থিত ৰিয়ান পৰাগসহ অসমৰ ক্ৰিকেটাৰ ।‌

আগন্তুক দিনত হ’বলগীয়া IPLৰ বাবে অসমৰ ৪ গৰাকী ক্ৰিকেটাৰ ডুবাইত উপস্থিত হয় ৷ অসমৰ উদীয়মান ৪গৰাকী ক্ৰিকেটাৰে UAEত অনুষ্ঠিত হ’বলগীয়া IPLত নেট বলিং কৰিবলৈ সুযোগ পাইছে৷ ৰাজস্থান ৰয়েলছে সুযোগ দিয়া খেলুৱৈ লখিমপুৰৰ জিতুমনি কলিতা,শিলচৰৰ ৰাহুল সিং আৰু নগাঁৱৰ মৃন্ময় দত্ত উপস্থিত হয় ডুবাইত। ইফালে ৰিয়ান পৰাগেও ডুবাইত উপস্থিত হয় ৷ ৰাজস্থান ৰয়েলছৰ হৈ খেলিবলগীয়া ৰিয়ান পৰাগৰ প্ৰদৰ্শনক লৈ আশাবাদী ক্ৰীড়াপ্ৰেমী সকল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *