ৰাজ্যৰ তিনি খন জিলাত পুনৰ সম্পূৰ্ণ ল’ক ডাউন । কোন কোন জিলা ?

ডিজিটেল সংবাদ : ৰাজ্যত অব্যাহত আছে কোৰোণাৰ সংহাৰী ৰূপ। কোৰোণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ তিনিখন জিলাত আকৌ বলৱত্‍ কৰা হৈছে ল’ক ডাউন। অহা ২৬ আগষ্টৰ পৰা ৪ ছেপ্তেম্বৰলৈকে কোৰোণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত বলৱত্‍ কৰা হৈছে ল’ক ডাউন। এই কথা জানিবলৈ দিয়ে কৰিমগঞ্জৰ উপায়ুক্তই। আনকি এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিছে জাননী।

Leave a Reply

Your email address will not be published. Required fields are marked *