বৰপেটা জিলা যুৱ কংগ্ৰেছ আৰু বৰপেটা জিলা NSUI ৰ উদ্যোগত প্ৰতিবাদ । কিন্তু কিয় ? চাওঁক ।

আজি বৰপেটা জিলা যুৱ কংগ্ৰেছ আৰু বৰপেটা জিলা NSUI ৰ উদ্যোগত প্ৰতিবাদ। NEET,JEE পৰীক্ষা বাতিলৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । বৰপেটা ৰাজীৱ ভৱনৰ সন্মূখত এই প্ৰতিবাদ সাৱস্ত কৰে । চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল প্ৰতিবাদ

Leave a Reply

Your email address will not be published. Required fields are marked *