নিৰ্বাচনী বতৰত ধন আৰু সুৰাৰ সৰবৰাহৰ বিৰুদ্ধে তৎপৰ বৰপেটা জিলা প্ৰশাসনএতিয়ালৈ ২৯ লাখ টকা আৰু ১১ হাজাৰ লিটাৰ চুলাই মদ জব্দবৰপেটা জিলাৰ ১৭৫৭ জন বৃদ্ধ আৰু অক্ষম ব্যক্তিয়ে ঘৰৰ পৰাই দিব ভোট । ৭৪ সাংবাদিকলৈও পোষ্টেল বেলটৰ সুবিধা ।

বৰপেটা, ১৪ মাৰ্চ : আগন্তুক নিৰ্বাচন সম্পূৰ্ণ মুক্ত আৰু নিকাভাবে অনুষ্ঠিত কৰাৰ স্বাৰ্থত বৰপেটা জিলা প্ৰশাসনে…

নিৰ্বাচনৰ বতৰত বৰপেটাত টকাৰ উজান। বৰপেটা-বাঘবৰ পথত জব্দ প্ৰায় ১৯লাখ ৫৫ হাজাৰ টকাৰ নগদ ধন।

বৰপেটা, ৯ মাৰ্চ: নিৰ্বাচনত অবৈধ ধনৰ লেনদেন ৰোধ কৰাৰ উদ্দেশ্যে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত চলি থকা…

সৰুক্ষেত্ৰীৰ বাবে মিত্ৰজোঁট নে মহাজট !

কয়াকুছি : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী প্ৰক্ষেপৰ কাম কাজ…

বৰপেটাত সেৱা আগবঢ়াবলৈ সুযোগ পোৱাটো পৰম সৌভাগ্য ///// জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মালৈ ধৰ্মানন্দ দাস প্ৰশাসনিক সেৱা বঁটা

বৰপেটা, ২২ ফেব্ৰুৱাৰী: মহাপুৰুষ সকলৰ পবিত্ৰ কৰ্মভূমী বৰপেটাৰ দৰে বৌদ্ধিক দিশত আগবঢ়া‌ এখন জিলাৰ উন্নয়নৰ বাবে…

বৰপেটাত কুষ্ঠ দিৱস উপলক্ষে সজাগতা সমদল ।

বৰপেটা, ৩০ জানুৱাৰী: ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱস আজি বৰপেটা জিলাতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। বৰপেটা…

পেট্ৰ’ল ,ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে বৰপেটা জিলা যুৱ কংগ্ৰেছৰ প্ৰতিবাদ ।

বৰপেটা জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত শণিবাৰে দিনৰ ২ বজাত হাউলী নগৰত পেট্ৰ’ল-ডিজেলৰ আকাশলঙ্গী মূল্য বৃদ্ধিৰ বিৰুদ্ধে…

ৰাইজৰ দলৰ সভাপতি নিৰ্বাচিত অখিল গগৈ :কাক কি দায়িত্ব দিয়া হ’ল ? চাওক

অখিল গগৈ ৰাইজৰ দলৰ সভাপতিৰূপে নিৰ্বাচিত হৈছে । শুকুৰবাৰে মৰাণৰ ৰাজনৈতিক অভিৱৰ্তনস্থলীত সিদ্ধান্ত গ্ৰহণ কৰা হয়।…

বৰপেটাত কৃতী ছাত্ৰীৰ মাজত স্কূটী বিতৰণ । বৰপেটা জিলাৰ গৌৰৱময় ঐতিহ্যক সুঁৱৰিলে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

বৰপেটা, ২ ডিচেম্বৰ: যোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বৰপেটা জিলাৰ ছাত্ৰীসকলৰ মাজত…

বৰপেটা জিলা উচ্চ পৰ্যায়ৰ পথ সুৰক্ষা সমিতিৰ বৈঠক । ১১৯২৫ টা গোচৰ, ২.১০ কোটিৰ জৰিমণা : হ্ৰাস পাইছে দুৰ্ঘটনাৰ সংখ্যা ।

বৰপেটা, ২৮ ডিচেম্বৰ: পথ-সুৰক্ষাৰ বাবে ৰূপায়িত আইন সমূহ কঠোৰ ভাবে কাৰ্যকৰী কৰিবলৈ বৰপেটা লোক সভাৰ সাংসদ…

বৰপেটাত ৰাজ্যিক দক্ষতা বিকাশ অভিযানৰ কৰ্মশালা। চাহিদা ভিত্তিক কৰ্মমূখী সেৱাৰ প্ৰশিক্ষণৰ আবশ্যক: উপায়ুক্ত

বৰপেটা, ২৩ ডিচেম্বৰ: আঞ্চলিক চাহিদাৰ ভিত্তিত কৰ্মমুখী সেৱাৰ উপযুক্ত প্ৰশিক্ষণে আমাৰ নিবনুৱা সমস্যা হ্ৰাস কৰাৰ লগতে…