বৰপেটা জিলা উচ্চ পৰ্যায়ৰ পথ সুৰক্ষা সমিতিৰ বৈঠক । ১১৯২৫ টা গোচৰ, ২.১০ কোটিৰ জৰিমণা : হ্ৰাস পাইছে দুৰ্ঘটনাৰ সংখ্যা ।

বৰপেটা, ২৮ ডিচেম্বৰ: পথ-সুৰক্ষাৰ বাবে ৰূপায়িত আইন সমূহ কঠোৰ ভাবে কাৰ্যকৰী কৰিবলৈ বৰপেটা লোক সভাৰ সাংসদ…

বৰপেটাত ৰাজ্যিক দক্ষতা বিকাশ অভিযানৰ কৰ্মশালা। চাহিদা ভিত্তিক কৰ্মমূখী সেৱাৰ প্ৰশিক্ষণৰ আবশ্যক: উপায়ুক্ত

বৰপেটা, ২৩ ডিচেম্বৰ: আঞ্চলিক চাহিদাৰ ভিত্তিত কৰ্মমুখী সেৱাৰ উপযুক্ত প্ৰশিক্ষণে আমাৰ নিবনুৱা সমস্যা হ্ৰাস কৰাৰ লগতে…

বৰপেটা নগৰ আন্ত:গাঠনি পুজিৰ কামৰ শুভাৰম্ভ । গণককুছী-কৰেৰতল পথৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন । নৰেন্দ্ৰ মোদী ঈশ্বৰিক ক্ষমতাশালী বিকাশ পুৰুষ: অগপ বিধায়ক গুনীণ দাস।

বৰপেটা, ২০ ডিচেম্বৰ: বহু প্ৰত্যাশিত এশকোটি টকীয়া মহানগৰ আন্ত:গাঠনি বিকাশ পুজিৰ অধীনত বৰপেটা চহৰ বিকাশৰ বাবে…

বজালীত পহুমাৰা নৈৰ বান আৰু খহনীয়া প্ৰতিৰোধৰ দুখন আঁচনিৰ কামৰ শুভাৰম্ভ কৰিলে উপায়ুক্ত‌ই।

বৰপেটা, ১৯ ডিচেম্বৰ: বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আজি বজালী মহকুমাৰ হুকাৰটুপ আৰু কলৰগুৰিত পহুমাৰা নৈৰ…

বৰপেটাৰ আটচবাজী উদ্যোগৰ অৱস্থাৰ বুজ ললে ছিতাই । সৰ্থেবাৰীৰ কাহঁ উদ্যোগৰ বিকাশৰ বাবে আঁচনি লবলৈ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ অনুৰোধ ।

বৰপেটা, ১৫ ডিচেম্বৰ : বৰপেটাৰ থলুৱা উদ্যোগ হিচাবে সুখ্যাতি থকা আটচবাজী উদ্যোগৰ লগতে সৰ্থেবাৰীৰ প্ৰসিদ্ধ কাহঁ-পিতলৰ…

বৰপেটা জিলাত টিডি টিকাকৰণ অভিযান আৰম্ভ । প্ৰতিষেধক প্ৰদান কৰি সন্তানক ৰোগ-মুক্ত কৰাৰ বাবে অভিভাৱকৰ প্ৰতি উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ আহ্বান ।

বৰপেটা, ১৪ ডিচেম্বৰ: ৰাজ্যৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো আজিৰে পৰা টিডি টিকাকৰণ অৰ্থাৎ টিটেনাছ-ডিফটেৰিয়াৰ প্ৰতিষেধক…

কয়াকুছিত আমছুৰ বঁটা বিতৰণী সভা । বৰপেটা জিলাৰ চাৰিগৰাকী বিশিষ্ট সাংবাদিকক সম্বৰ্ধনা ।

কয়াকুছি : কয়াকুছি আঞ্চলিক আমছুৰ উদ্যোগত ৬ ডিচেম্বৰত নৱম আৰু দশম শ্ৰেণীৰ বাবে প্ৰস্তুতি ২০২০ শীৰ্ষক…

বৰপেটাৰ ৩ ঐতিহাসিক সত্ৰত সাঁচি গছৰ পুলি ৰূপন, ৰোগ প্ৰতিৰোধী ঔষধ বিতৰণ । ভকতৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিব অসম জাতীয় মহাসভা‌ই ।

বৰপেটা, ৮ অক্টোবৰ: অসম জাতীয় মহাসভাই হাতত লোৱা শ্ৰীমন্ত শংকৰদেৱৰ ভাৰত বৰিষ নৱজাগৰণ ঐতিহ্য মহোৎসৱৰ সজাগতা…

চৰকাৰে প্ৰতিশ্ৰুতি ৰাখিলে : ৰনজিৎ দাস // বৰপেটাৰ ২৮৩ পৰিয়ালক মাটিৰ পট্টা প্ৰদান ।

বৰপেটা, ৫ অক্টোবৰ: ৰাজ্য চৰকাৰে ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰাৰ বাবে আজি ৰাজ্যজুৰি গ্ৰহণ…

বৰপেটা ভূমি সংৰক্ষণ সংমণ্ডলৰ কাৰ্যালয় ভৱন উদ্ধোধন ///// খহনীয়াৰ দৰে জটিল সমস্যা সমাধানৰ বাবে আত্মনিয়োগ কৰিবলৈ উপায়ুক্তৰ আহ্বান ।

বৰপেটা, ২৫ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ গঢ়া খহনীয়াৰ দৰে জটিল সমস্যাৰ সমাধানৰ লগতে প্ৰকৃতি সুৰক্ষাতো ভূমি সংৰক্ষণ…