ৰূপহী মহাবিদ্যালয়ত কাবাডী প্ৰতিযোগিতাৰ ব্যাপক প্ৰস্ততি ৷*

৬ ফেব্ৰুৱাৰী: গুৱাহাটী মহাবিদ্যালয় অধীনস্থ আন্তৰ্জাতিক মহাবিদ্যালয় কাবাডী প্ৰতিযোগিতা ৮ পৰা ১০ ফেব্ৰুৱাৰী তিনিদিনীয়া কায্যসুচীৰে অনুষ্ঠিত হ’ব নগাঁও জিলাৰ ৰূপহী মহাবিদ্যালয়ত ৷ ইতিমধ্যে কলেজ কৰ্তৃপক্ষই ব্যাপক প্ৰস্তুতি চলাইছে । কলেজ খন উক্ত কাৰ্যসুচীৰ ভাৱে আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে ৷ মহাবিদ্যালয় কৰ্ত্তৃপক্ষই জনোৱা মতে ৰাজ্যৰ প্ৰায় ৪০ মহাবিদ্যালয়ৰ ল’ৰা টিম আৰু ৭ টাকৈ ছোৱালীৰ টিম এই প্ৰতিযোগিতাত যোগদান কৰিব ৷ ইফালে মহাবিদ্যালয়ৰ ছোৱালী আৰু ল’ৰাৰ কাবাডী টিমটোৰ প্ৰতিযোগিতাখন বিজয়ী হোৱাৰ বাবে ব্যাপক প্ৰশিক্ষণ লোৱাৰ পৰিলক্ষিত হৈছে।

চামগুৰিৰ পৰা: আব্দুল হান্নান ৰ ৰিপোৰ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *