বৰপেটা চেম্পিয়ন

১১ ফেব্ৰুৱাৰী : বৰপেটা জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ ব্যৱস্থাপনাত ইন্দু হাজৰিকা সোঁৱৰণী আন্তঃজিলা স্কুল ফুটবল টুৰ্ণামেন্টৰ আজি হাউলী বি এইচ কলেজ খেলপথাৰত অনুষ্ঠিত হয় । বৰপেটা দলে চৰাইদেউ দলক ছাডেন ডেথৰ জৰিয়তে পৰাস্ত কৰি পোন প্ৰথমবাৰৰ বাবে চূড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বৰপেটা দলৰ গলৰক্ষক হাবিজুল দেৱান বিবেচিত হয় বুলি জানিব পৰা গৈছে ।

ভিৰো ৰিপ’ৰ্ট লাইভ নিউজ নৰ্থ ইষ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *