আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক ।

আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক । কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আহ্বান কৰিছে এই বৈঠকৰ ।
উপস্থিত থাকিব দেশৰ প্ৰতিটো ৰাজনৈতিক দলৰ নেতৃত্ব ।
দিনৰ ১১ বজাত সংসদ ভৱনত হ’ব এই বৈঠক ।
বৈঠকত গ্ৰহণ কৰিব আতংকবাদ নিৰ্মূলৰ চূড়ান্ত সিদ্ধান্ত ।
সিদ্ধান্ত গ্ৰহণ কৰিব পুলৱামা কাণ্ডৰ প্ৰত্যুত্তৰ বিষয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *