বিশ্বনাথৰ ঘটনাক লৈ কেন্দ্ৰীয় ৰাজ্যিক আমছুৰ উপ সভাপতিৰ প্ৰতিক্ৰিয়া

যোৱা ৭ এপ্ৰিলত বিশ্বনাথ জিলাত এগৰাকী মুছলমান সম্প্ৰদায়ৰ বৃদ্ধ লোকক বলপূৰ্বক ভাবে গাহৰি মাংস খোৱাই দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা জনায় আমছুৱে। ঘটনা সম্পৰ্কে আমছুৰ উপসভাপতি আবুল হুছেইনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এই ঘটনা সম্পূৰ্ণ পৰিকল্পিত বুলি অভিহিত কৰে। এই ঘটনাক দূৰ্ভাগ্যজনক বুলি প্ৰকাশ কৰে জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সাধাৰণ সম্পাদক আব্দুল মালিকেও।

বৰপেটাৰ পৰা ৰমজান আলীৰ ৰিপৰ্ট লাইভ নিউজ নৰ্থ ইষ্ট

Leave a Reply

Your email address will not be published. Required fields are marked *