কংগ্ৰেছ দলৰ বিশাল নিৰ্বাচনী সভা

আজি ধুবুৰী ঝগৰাৰপাৰৰ মিনি ষ্টডিয়াম খেলপথাৰত কংগ্ৰেছ দলৰ এক বিশাল জনসভা অনুষ্টিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰীযুত ৰিপুন বৰা, লগতে উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছৰ সভানএী সুম্মিতা দেৱ। লগতে থাকে ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী। সভাত ৰিপুন বৰা কংযে এইবাৰ ধুবুৰীৰ পৰা বদৰুদ্দিন আজমল বিদায় লব। যোৱা প্ৰথম পৰ্যায়ত অাৰু দ্ধিতীয় পৰ্যায়তৰ নিৰ্বাচন হৈ যোৱ ১০ খন আসনৰ ভিতৰত ৬ খন কংগ্ৰেছে দলে লাভ কৰিব এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা।

গেীৰীপুৰ পৰা আজিজুৰ ৰহমানৰ প্ৰতিবেদন।

Leave a Reply

Your email address will not be published. Required fields are marked *