অভয়াপুৰীৰ শিঙিমাৰীত ভয়াবহ পথ দুৰ্ঘটনা। এগৰাকী মহিলাক মহতীয়াই বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত। থিতাতে নিহত দুই, আহত ৩০ ৰো অধিক।

অভয়াপুৰীৰ শিঙিমাৰীত ভয়াবহ পথ দুৰ্ঘটনা। এগৰাকী মহিলাক মহতীয়াই বিবাহযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত। থিতাতে নিহত দুই, আহত ৩০ ৰো অধিক।
যোৰহাটৰ পৰা গৌৰীপুৰ অভিমুখে গৈ আছিল বিবাহযাত্ৰী সকল । নিহতসকল বেদান্ত দত্ত আৰু জুনু বালা ৰায়। বেদান্ত দত্ত দৰাৰ সম্বন্ধীয় ভাতৃ। ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি। উত্তপ্ত ৰাইজে অৱৰোধ কৰিলে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ। আহতসকলক অভয়াপুৰী আৰু বঙাইগাওঁলৈ প্ৰেৰণ। দুৰ্ঘটনাত দৰাৰ পিতৃ মাতৃসহ বহু আত্মীয় গুৰুতৰভাৱে আহত।
বাছখনৰ নং AS 03 BC 6566
গাড়ীৰ নাম CHAOLEE

(প্ৰাণজিৎ চৌহান
অভয়াপুৰী)

Leave a Reply

Your email address will not be published. Required fields are marked *