অভয়াপুৰীত আমছুৰ প্ৰতিবাদ। প্ৰতিবাদস্থলীত জ্বলিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি

৩১ মে : অভয়াপুৰীত আমছুৰ প্ৰতিবাদ। প্ৰতিবাদস্থলীত জ্বলিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি । “আমছুৰ” উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন। প্ৰাক্তন সেনাবিষয়াক ভুৱা অভিযোগেৰে বিদেশী সজাই ডিটেনশ্যন কেম্পত নিক্ষেপ কৰা কাৰ্যৰ বিৰুদ্ধে এই প্ৰতিবাদ।(প্ৰাণজিৎ চৌহান, অভয়াপুৰী।)

Leave a Reply

Your email address will not be published. Required fields are marked *