অসমৰ প্ৰথম জন মুখ্যমন্ত্ৰী ছাৰ চৈয়দ মহম্মদ ছাদুল্লা (Sir Syed Muhammad Saadulla), (২১ মে ১৮৮৫ – ৮ জানুৱাৰী ১৯৫৫) ।

অসমৰ প্ৰথম জন মুখ্যমন্ত্ৰী
ছাৰ চৈয়দ মহম্মদ ছাদুল্লা (Sir Syed Muhammad Saadulla), (২১ মে ১৮৮৫ – ৮ জানুৱাৰী ১৯৫৫) ।

অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী। স্বাধীনতাৰ আগত ব্ৰিটিছ ভাৰতৰ অসম প্ৰদেশৰ তেওঁ মুখ্যমন্ত্রী(তেতিয়া প্ৰধানমন্ত্ৰী বোলা হৈছিল) আছিল। তেওঁ ১৯৩৭ চনৰ এপ্ৰিলৰ পৰা ১৯৩৮ চনৰ ছেপ্টেম্বৰ মাহলৈ আৰু ১৯৪২ চনৰ পৰা ১৯৪৫ চনলৈ মুছলিম লীগৰ কেবিনেটৰ মুখ্যমন্ত্ৰী আছিল।

১৯১৯ চনৰ গুৱাহাটী পৌৰসভাৰ তেওঁ সভাপতি আছিল। ১৯২৪ চনৰ পৰা ১৯৩৪ চনলৈ তেওঁ অসমৰ শিক্ষা আৰু কৃষি বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী আছিল আৰু ১৯৩৭ চনত তেওঁ অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্রী হিচাপে নিৰ্বাচিত হয়। তেওঁৰ অৱদানৰ স্বীকীৰ্তি স্বৰূপে ব্ৰিটিছ চৰকাৰে তেওঁক ১৯৪৬ চনত নাইট উপাধিৰে বিভূষিত কৰে। এই সন্মান ১৯২৮ জন্মদিন সন্মান ৰূপে তেওঁক অৰ্ডাৰ অফ ইণ্ডিয়ান আম্পায়াৰ নাইট কমাণ্ডাৰ হিচাপে নিযুক্ত কৰা হৈছিল।।

Leave a Reply

Your email address will not be published. Required fields are marked *