জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা সংমণ্ডৰ কাৰ্যবাহী অভিযন্তা উৎপলানন্দ দাসক নিলম্বন৷

*জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা সংমণ্ডৰ কাৰ্যবাহী অভিযন্তা উৎপলানন্দ দাসক নিলম্বন৷*

*বৰপেটা চহৰৰ বান পীড়িতৰ আশ্ৰয় শিবিৰত আবণ্টিত চৰকাৰী দ’মকলত হৈছিল দূৰ্নীতি৷*

*মাত্ৰ পাঁচ ফুট পুতিছিল দ’মকল৷*

*আসাম টকচত এই দূৰ্নীতিৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে আজি বিভাগীয় কৰ্তৃপক্ষই নিলম্বন কৰে কাৰ্যবাহী অভিযন্তগৰাকীক৷*

*লগতে সহকাৰী অভিযন্তা ফখৰুল হক বৰভূঞাকো নিলম্বন৷*

বৰপেটাৰ পৰা ৰমজান আলীৰ ৰিপ’ৰ্ট লাইভ নিউজ নৰ্থ ইষ্ট,২৩ জুলাই

Leave a Reply

Your email address will not be published. Required fields are marked *