অভয়াপুৰীৰ কাকৈজানাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷

অভয়াপুৰীৰ কাকৈজানাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷
এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ১জন লোক৷
AS-16D-0318 নম্বৰৰ মাৰুতি চুজুকী নামৰ বিলাসী বাহন আৰু AS-19 D-9154 বাইকৰ মাজত সংঘৰ্ষ হয়৷ ফলত বাইকৰ আৰোহী জন গুৰুতৰভাৱে আহত হয়৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে মাৰুতিৰ চালকজন ।
ঘটনাস্থলীত উত্তৰ শালমাৰা আৰক্ষীৰ লোক উপস্থিত হৈ আহত লোকজনক স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে অভয়াপুৰী চিকিৎসালয়ত প্ৰেৰণ কৰে।
বাতৰি লিখা পৰ্যন্ত চিনাক্ত হোৱা নাই লোকজন।
(প্ৰাণজিৎ চৌহান
অভয়াপুৰী)

Leave a Reply

Your email address will not be published. Required fields are marked *